বিজেপি নাড্ডাৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচনী যুঁজৰ ৰণকৌশলপ্ৰতিনিধিত্বমূলক ছবি
ASSAMESE NEWS
বিজেপি নাড্ডাৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচনী যুঁজৰ ৰণকৌশল
প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ এইমাহতে অসম ভ্ৰমনৰ সূচী
নিউজ ডেক্স: অসম বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বিশেষ তত্পৰতা বাঢ়িছে শাসকীয় বিজেপিৰ |
মাজনিশালৈকে আমিনগাঁৱত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত | ফেব্ৰুৱাৰীৰ ভিতৰত সাংগঠনিক কাম-কাজ সম্পূৰ্ণ কৰাৰ সংকল্প লয় |
বৈঠকৰ পিছত সংবাদমাধ্যমক সম্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ |২৩ জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছদিনাই অৰ্থাত্
২৪ জানুৱাৰীত ৰাজ্যৰ কেইবাটাও স্থানত গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসভাত অংশ ল'ব | বিশেষকৈ কোকৰাঝাৰ, নলবাৰীত আয়োজন কৰিব বিশাল জনসভা | পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰি সভাপতি নাড্ডা অসম ভ্ৰমন সামৰে |