আজি অসম পাবহি ক'ভিড ভেকচিন
আজি অসম পাবহি ক'ভিড ভেকচিনপ্ৰতিনিধিত্বমূলক ছবি

আজি অসম পাবহি ক'ভিড ভেকচিন

স্পাইচজেট বিমানেৰে অসম আৰু মেঘালয়লৈ আহিব ক'ভিড ভেকচিন

গুৱাহাটী: দেশজুৰি ক'ভিড ভেকচিনৰ বাবে সাজু হৈছে সকলো | অসমতো ভোগালী বিহুৰ আগতেই আহিব ক'ভিড ভেকচিন | মঙলবাৰে দেশৰ দুই স্থানলৈ প্ৰথমবাৰলৈ পঠিওৱা হয় কোভিড ভেকচিন । প্ৰথমে পুনেৰ পৰা দিল্লীলৈ পঠিওৱা হয় কোভিড ভেকচিন সমূহ । আনহাতে পুনেৰ পৰা স্পাইচজেটৰ আন এখন বিমানত গুৱাহাটী পাবহি ভেকচিনসমূহ ।

উল্লেখ্য যে অহা ১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব কোভিড ১৯ টীকাকৰণ অভিযান । গুৱাহাটীত সাতটা স্থানত ক'ভিড ভেকচিন দিয়া হ'বপুনেৰ পৰা বিমানৰে দেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে ভেকচিন সমূহ ।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com