আমিনগাঁৱৰ মৰিয়াপট্টিত বনভোজলৈ যোৱা যুৱক পৰিল ব্ৰহ্মপুত্ৰত
আমিনগাঁৱৰ মৰিয়াপট্টিত বনভোজলৈ যোৱা যুৱক পৰিল ব্ৰহ্মপুত্ৰতপ্ৰতিনিধিত্বমূলক ছবি

আমিনগাঁৱৰ মৰিয়াপট্টিত বনভোজলৈ যোৱা যুৱক পৰিল ব্ৰহ্মপুত্ৰত

হাত নাঁওৰ পৰা নদীত পৰিল কামাখ্যা গেটৰ শিৱ লহকৰ

নিউজ ডেক্স: আমিনগাঁৱৰ মৰিয়াপট্টিত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক। ঘটনাস্থলীত অব্যাহত আৰক্ষী-SDRFৰ উদ্ধাৰ অভিযান। বৰ্তমানো কোনো সন্ধান নাই যুৱকজনৰ।

হাত নাঁওৰ পৰা নদীত পৰিল কামাখ্যা গেটৰ শিৱ লহকৰ । ঘটনস্থলীত উপস্থিত আৰক্ষী আৰু SDRF উদ্ধাৰ বাহিনীৰ দল ।

SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানেও সন্ধান পোৱা নাই যুৱকজনৰ ।

৭ জনীয়া যুৱকৰ দল গৈছিল ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজ খাবলৈ ।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com