উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচীইষ্ট ম'জ'

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ

১১মে’ৰ পৰা আৰম্ভ হ’ব এইবাৰৰ পৰীক্ষা

গুৱাহাটী- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী বৃহস্পতিবাৰে প্ৰকাশ কৰা হয়। ১১মে’ৰ পৰা আৰম্ভ হ’ব এইবাৰৰ পৰীক্ষা। বিয়লি ১বাজি ৩০মিনিটৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।

এইবাৰ ২লাখ ৪৯হাজাৰ ৩৯৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা।

আনহাতে এইবাৰ বৃদ্ধি কৰা হৈছে ২০টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com