হোজাইত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
হোজাইত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যইষ্ট ম'জ'

হোজাইত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

হোজাই:- মৃতদেহ উদ্ধাৰক লৈ হোজাইৰ দক্ষিণ কেন্দুগুৰিত চাঞ্চল্যৰ সৃষ্টি হৈছে | ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰক লৈ স্থানীয় ৰাইজৰ মাজত শংকাই বিৰাজ কৰিছে | মৃতদেহত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰাত হত্যাকাণ্ডৰ সন্দেহ কৰিছে স্থানীয় গাও খনৰ ৰাইজে |

মৃতদেহ উদ্ধাৰ হোৱা ব্যক্তিজনৰ নাম ধনীৰাম দাস(৪০) |মৃতদেহ উদ্ধাৰৰ পিছত লোকজনক নিজৰ পত্নীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে |ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। কি কাৰনত ব্যক্তি গৰাকীক হত্যা কৰা হ'ল গাওবাসীৰ ওচৰত তাৰ উত্তৰ নাই |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com