অসমৰ চাহ বাগিচা গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট
গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটপ্ৰতিনিধিত্বমূলক ছবি

অসমৰ চাহ বাগিচা গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট

অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ সন্নিবৃষ্ট হ'ব প্ৰতীকপটত

নিউজডেক্স:-আগন্তুক গণৰাজ্য দিৱসত এইবাৰ অসমৰ প্ৰতীকপট হ'ব অসমৰ চাহ বাগিচা | দিল্লীৰ ৰাজপথত হ'বলগা পেৰেডত অসমৰ প্রতীকপট হিচাবে অংশ ল'ব অসমৰ চাহ বাগিছাই |

ইয়াৰ লগতে অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ প্ৰতীকপটত উপস্থাপন কৰা হ’ব। দেশৰ ভিতৰতে অসমৰ চাহে বিশেষ ভাবে গুৰুত্ব লাভ কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় মঞ্চতো বিশেশ সমাদৰ লাভ কৰিছে | ক'ভিড -১৯ ৰ সময়ত ৰাজ্য চাহ উদ্যোগে সমস্যাৰ সন্মুখীণ হোৱাৰ মাজতো আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰাৰ তথ্য প্ৰকাশ হৈছিল |

উল্লেখ্য যে, এইবাৰৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে বিট্টেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনক |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com