হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণাপ্ৰতিনিধিত্বমূলক ফটো
ASSAMESE NEWS
২০২১বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা
টুইটাৰযোগে এই ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী- ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা। শনিবাৰে টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে।
১১ মে’ৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হ’ব ১২মে' তাৰিখৰ পৰা।
ইফালে পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হ'ব ৭ জুলাইৰ আৰু ৩০জুলাইত।