নিলাচলৰ বুকুত জিলিকিল সোণৰ কলচী
মুকলি কৰা হ'ল কামাখ্য় মন্দিৰৰ সোণৰ গম্বুজকামাখ্য় মন্দিৰৰ সোণৰ গম্বুজ

নিলাচলৰ বুকুত জিলিকিল সোণৰ কলচী

ন-ৰূপত মা-কামাখ্য় মন্দিৰ

গুৱাহাটী- নিলাচলৰ বুকুত জিলিকিল সোণৰ কলচী। আজি মুকলি কৰা হ'ল কামাখ্য় মন্দিৰৰ সোণৰ গম্বুজ। এতিয়াৰে পৰা ন-ৰূপত দৰ্শন কৰিব পাৰিব মা-কামাখ্য় মন্দিৰ। এই গম্বুজত আছে ৩ তৰপীয়া সোনৰ কলহ ।কামাখ্যা মন্দিৰৰ এই ১৯ কেজি সোন দান কৰিছে দেশৰ উদ্যোগপতি মুকেশ আম্বানীয়ে ।

মা-কামাখ্য়ৰ পূৰ্বৰ কলচীত সোণৰ প্ৰলেপ দিয়া হৈছে। এই কাৰ্য ছেপ্তেম্বৰৰ মাজভাগৰ পৰা আৰম্ভ কৰা হৈছিল।এই সোনৰ গম্বুজ নিৰ্মানৰ কাম ৰিলায়েন্সৰ অলংকাৰ বনোৱা কাৰিকৰে নিৰ্মান কৰি উলিয়াই ।

আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ প্ৰতিনিধিসকল আহি পূজা-অৰ্চনা কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰে সোণৰ কলচী।

এতিয়াৰে দৰ্শনাৰ্থী সকলে মা-কামাখ্য় মন্দিৰৰ এই ন-ৰূপ দেখিবলৈ পাব।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com