গুৱাহাটী মহানগৰত ষট পূজা উপলক্ষে গুৰুত্বপূৰ্ণ নির্দেশাৱলী
প্ৰতিনিধিত্বমূতলক ছবিষট পূজা উপলক্ষে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

গুৱাহাটী মহানগৰত ষট পূজা উপলক্ষে গুৰুত্বপূৰ্ণ নির্দেশাৱলী

ষট পূজা উপলক্ষে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

গুৱাহাটী - অহা ২০ নৱেম্বৰৰ ষট পূজা উপলক্ষে ক’ভিড ১৯ ৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তই কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে৷

গুৱাহাটীত এই বছৰৰ ষট পূজা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত (উজান বজাৰৰ পৰা ভৰলুমুখলৈ), সোণালী, পাণ্ডু ঘাট, বিৰুবাৰী ফিচাৰী, বশিষ্ঠ, লালমাটি, খানাপাৰা, ফার্মগেট, হাতীগাওঁ, জ্যোতিকুছি, নাৰেংগী, পাথৰকুঁৱেৰী আৰু চন্দ্ৰপুৰত অনুষ্ঠিত হ’ব ৷

জাৰি কৰা নিৰ্দেশনা অনুসৰি -

- এবাৰত সর্বাধিক মাত্ৰ ৫জন ব্যক্তিয়েহে উদযাপন কৰিব পাৰিব পূজা ৷

- এইবাৰ ছত পূজাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান মেলা অনুষ্ঠিত কৰিব নোৱাৰিব ৷

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com