কাজিৰঙাত ৫ চোৰাংচিকাৰী আটক
প্ৰতিনিধিত্বমূলক ছবি বাগৰি বনাঞ্চলত বনবিভাগ-আৰক্ষীৰ অভিযান

কাজিৰঙাত ৫ চোৰাংচিকাৰী আটক

বাগৰি বনাঞ্চলত বনবিভাগ-আৰক্ষীৰ অভিযান

কাজিৰঙা- বাগৰি বনাঞ্চলত বনবিভাগ- আৰক্ষীৰ যৌথ অভিযান। অভিযানত আটক ৫ চোৰাংচিকাৰী। আটক কৰা চিকাৰীকেইটা কেইটা হ'ল আনোৱাৰ হুছেইন, আকবৰ আলী, ছফিকুল ইছলাম, ছৈফুল ইছলাম আৰু জয়নাল আবেদীন।

ধৃত চোৰাংচিকাৰী কেইটা গঁড় হত্য়াৰ লগতে গঁড় খৰ্গৰ ব্য়ৱসায়ৰ লগত জড়িত আছিল।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com