অইল ইণ্ডিয়াৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল
অইল ইণ্ডিয়াৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলপ্ৰতিনিধিত্বমূলক ফটো

অইল ইণ্ডিয়াৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল

ৰাজ্য়ত পুনৰ প্ৰশ্নকাকত বিসংগতি

গুৱাহাটী- ৰাজ্য়ত পুনৰ প্ৰশ্নকাকত বিসংগতি। অইল ইণ্ডিয়াৰ লিমিটেডৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ গুৰুতৰ অভিযোগ। পৰীক্ষা চলি থকাৰ মাজতে হোৱাটছএপ যোগে ফাদিল হৈছিল প্ৰশ্ন কাকত।

HMV অপাৰেটৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ পৰীক্ষাৰ্থীৰ। ৩০টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত ৯০০ পৰীক্ষাৰ্থী বহিছিল পৰীক্ষাত।

প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে বাতিল কৰা হয় পৰীক্ষা। সম্প্ৰতি এই সন্দৰ্ভত তদন্ত অব্য়াহত আছে।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com