৫০ টকাতে লাভ কৰিব এটিএম কাৰ্ড সদৃশ  PVCআধাৰ কাৰ্ড
এটিএম কাৰ্ড সদৃশ PVC আধাৰ কাৰ্ডপ্ৰতিনিধিত্বমূলক ছবি

৫০ টকাতে লাভ কৰিব এটিএম কাৰ্ড সদৃশ PVCআধাৰ কাৰ্ড

এটা ম'বাইল নম্বৰতে পৰিয়ালৰ সকলোৱে আবেদন কৰিব পাৰিব এই আধাৰ কাৰ্ড

নিউজ ডেস্ক- বৰ্তমান সময়ত আধাৰকাৰ্ডখন অতিকৈ প্ৰয়োজনীয় নথি। এতিয়াৰে পৰা নতুন ৰূপত সংযোজন কৰা হৈছে এই আধাৰকাৰ্ডখন। ডেবিট,ক্ৰেডিট অথবা পান কাৰ্ডৰ দৰে কঢ়িয়াই লৈ ফুৰিব পাৰিব এই PVC আধাৰ কাৰ্ডখন।

টুইটাৰত এই তথ্য প্ৰকাশ কৰে UIDAI য়ে।

এটা পৰিয়ালত মাত্ৰ এটা ম'বাইল নম্বৰতে পৰিয়ালৰ সকলোৱে এই আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ৫০টকাতে লাভ কৰিব পাৰিব এই আধাৰকাৰ্ড।

পূৰ্বৰ আধাৰকাৰ্ডৰ তুলনাত এই আধাৰকাৰ্ডখন অলপ সৰু গতিকে কঢ়িয়াই লৈ ফুৰাত সুবিধাজনক হ'ব।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com