ঘোষণা কৰা হ’ল অৰ্থশাস্ত্ৰৰ ন’বেল বঁটাৰ বিজয়ীৰ নাম
প’ল আৰ মিলগ্ৰ’ম আৰু ৰবাৰ্ট বি উইলচনলৈ অৰ্থশাস্ত্ৰৰ ন’বেল বঁটাপ’ল আৰ মিলগ্ৰ’ম আৰু ৰবাৰ্ট বি উইলচন

ঘোষণা কৰা হ’ল অৰ্থশাস্ত্ৰৰ ন’বেল বঁটাৰ বিজয়ীৰ নাম

প’ল আৰ মিলগ্ৰ’ম আৰু ৰবাৰ্ট বি উইলচনলৈ অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা

গুৱাহাটী - কালি ঘোষণা কৰা হৈছে অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা বিজয়ীৰ নাম৷ আমেৰিকাৰ দুজন অৰ্থনীতিবিদ Paul R Milgrom আৰু Robert B Wilson এ লাভ কৰিছে অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা ৷

এই পুৰস্কাৰত প্ৰায় ১১ লাখ টকাৰ আমেৰিকাৰ ডলাৰ প্ৰদান কৰা হয়।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com