দিবন ডেকাৰ ব্যৱসায়িক অংশীদাৰো সৰোজ শৰ্মাই হাঁহ-কুকুৰা পামৰ নামতো আত্মসাৎ কৰিছিল কেবা লক্ষ টকা
দিবন ডেকাৰ ব্যৱসায়িক অংশীদাৰো সৰোজ শৰ্মাই হাঁহ-কুকুৰা পামৰ নামতো আত্মসাৎ কৰিছিল কেবা লক্ষ টকা|সৰোজ শৰ্মা
ASSAMESE

এছ আই কেলেংকাৰী:অন্যতম অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ

দিবন ডেকাৰ ব্যৱসায়িক অংশীদাৰো সৰোজ শৰ্মাই হাঁহ-কুকুৰা পামৰ নামতো আত্মসাৎ কৰিছিল কেবা লক্ষ টকা

Rangman Das

গুৱাহাটী - এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ। চি আই ডি আৰু অপৰাধ শাখাই আজি বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে সৰোজ শৰ্মাক।

জানিব পৰা মতে, লক্ষ্ণৌলৈ পলাই যোৱা সৰোজ শৰ্মা অসমলৈ ঘূৰি আহিছিল। উল্লেখযোগ্য যে কেলেংকাৰীৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মাইও গঢ়িছিল বিশাল সম্পত্তি।

জাপৰিগোগত সৰোজ শৰ্মাৰ পাৰিজাত ভেৰাইটিছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান থকাৰ লগতে ছবি নিৰ্মানতো হাত দিছিল। উল্লেখ্য যে ব্যাপকভাৱে চৰ্চিত দিবন ডেকাৰ ব্যৱসায়িক অংশীদাৰো সৰোজ শৰ্মা।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

EastMojo
www.eastmojo.com